হাইকু(১২)
দৃশ্যবোৰ
দৃশ্যবোৰ
সিবাটেৰে হৈ
ডিঙাখনি উজায়
বিশাল ঢৌ
----
ভৰ দুপৰ
ডাৱৰ ও শইচ
অভ্ৰ বাটৰ
----
আনন্দ ঘন
পদুম পাহি বছা
আবেলি গান
----
পক্ষীৰ মাত
তামোলৰ ৰাগী নৈ
ৰূপহী ঘাট
ডিঙাখনি উজায়
বিশাল ঢৌ
----
ভৰ দুপৰ
ডাৱৰ ও শইচ
অভ্ৰ বাটৰ
----
আনন্দ ঘন
পদুম পাহি বছা
আবেলি গান
----
পক্ষীৰ মাত
তামোলৰ ৰাগী নৈ
ৰূপহী ঘাট
কবি:-
ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment