Thursday, 16 March 2017

"চ’তৰ প্ৰথম বতাহ জাক "ණ উত্পল মেধি



"তৰ প্ৰথম বতাহ জাক "

তিব্ৰ বেগত ধুলি উৰুৱাই
আহিছে বতাহ হুৰ হুৰাই
পহিলা চততেই ৷
বুকুত মোৰ কঁপনি
বাঢ়িছে ধপ ধপনি ৷
ফতা চোলাৰ মাজেৰে
পাৰ হৈ গৈছে শিতল বতাহ জাক ৷
ক্ৰমশঃ গাৰ চাল জঠৰ হব ধৰিছে
সুৰক্ষিত ঠাই বিছাৰি
কৰছো হাহাকাৰ
কি কৰো ?
এই সময় যুজৰ
হয় জীৱন নহয় মৰন ৷ ৷
কবি:-
ত্পল মেধি

No comments:

Post a Comment