"জোন"টোৰ দৰে……
"জীৱন"টো
"জোন"টোৰ দৰেই
"জোন"টোৰ দৰেই
একলা,দুকলাকৈ বাঢ়ে
পূৰ্ণ হয়……হাত ঘূৰাই নাচে
পূৰ্ণ হয়……হাত ঘূৰাই নাচে
আকৌ……
খহনীয়াত পৰে
চপৰা-চপৰে
খহনীয়াত পৰে
চপৰা-চপৰে
পিছে
মৰা
"জোন"
পুনৰ জী উঠে
দিগন্তৰ সিটোপাৰে
পুনৰ জী উঠে
দিগন্তৰ সিটোপাৰে
"জীৱন"হে
কাহানিও নুঘূৰে
এইটো পাৰলে……
কাহানিও নুঘূৰে
এইটো পাৰলে……
কবি:-
ණপ্ৰশান্ত শৰ্মা ।
No comments:
Post a Comment