Thursday, 23 March 2017

কবিতা নহয় ණ চন্দন বেজবৰূৱা



কবিতা নহয়
 
যেতিয়া চকুত হালধীয়া বোৰ
লাগি উচুপি উচুপি ৰাতি বাঁহী বাজে ,
কোমল গাৰুটোত শুকান হয় সাগৰ
তেতিয়া পকা মধুৰীয়ামত কামুৰি
বেগেৰে উশাহ হওঁক উশৃংখল !
কবি:-
ন্দন বেজবৰূৱা

No comments:

Post a Comment