আতিথ্য
প্ৰভেদ আছে তোমাৰ
আৰু মোৰ
চিন্তাৰ প্ৰণালীত।
অনাকাংক্ষিত আমনিদায়ক
ব্যৱহাৰ যেতিয়া
অতিথি হৈ আহে,প্ৰভেদ থাকে,
তোমাৰ আৰু মোৰ আতিথ্যত।
তোমাৰ বীক্ষণ আত্মকেন্দ্ৰিক,
দুর্ব্যবহাৰ তোমাৰ আতিথ্য
মোৰ দৃষ্টিত তেওঁ অতিথি,
আমনিদায়ক ব্যৱহাৰো হৰ্ষদায়ক
কাৰণ মোৰ দৰ্শন তেওঁকেন্দ্ৰিক।
প্ৰভেদ আছে,তোমাৰ আৰু মোৰ
চিন্তাৰ প্ৰণালীত।
চিন্তাৰ প্ৰণালীত।
অনাকাংক্ষিত আমনিদায়ক
ব্যৱহাৰ যেতিয়া
অতিথি হৈ আহে,প্ৰভেদ থাকে,
তোমাৰ আৰু মোৰ আতিথ্যত।
তোমাৰ বীক্ষণ আত্মকেন্দ্ৰিক,
দুর্ব্যবহাৰ তোমাৰ আতিথ্য
মোৰ দৃষ্টিত তেওঁ অতিথি,
আমনিদায়ক ব্যৱহাৰো হৰ্ষদায়ক
কাৰণ মোৰ দৰ্শন তেওঁকেন্দ্ৰিক।
প্ৰভেদ আছে,তোমাৰ আৰু মোৰ
চিন্তাৰ প্ৰণালীত।
কবি:-
ණদেৱৰঞ্জন বৰঠাকুৰ ।
No comments:
Post a Comment