এতিয়া যে ধূসৰ
বৰণীয়া চকুৰ মণি
নিদানত যেতিয়া বাঢ়ি আহে
চিনাকী ঋতুৰ
আকাংক্ষিত আঙুলীবোৰ
নিদানত যেতিয়া বাঢ়ি আহে
চিনাকী ঋতুৰ
আকাংক্ষিত আঙুলীবোৰ
তোমাৰ সঁহাৰি বুলি
উচপখাই উঠো মই ।
কাৰোবাক বিচাৰি
কোনোবা
আহে নে নাহে,নেদেখো।
কোনোবাই কাৰোবাক চিঞৰি মাতে
নে নামাতে,নাজানো !
আহে নে নাহে,নেদেখো।
কোনোবাই কাৰোবাক চিঞৰি মাতে
নে নামাতে,নাজানো !
হু-হুৱাই বতাহ
কোবাই কোনোবা এজন
খৰখেদাকৈ আঁতৰি যায়!
খৰখেদাকৈ আঁতৰি যায়!
এতিয়া যে ধূসৰ
বৰণীয়া চকুৰ মণি।
এতিয়া যে নুশুনিও শুনি সেই মাতষাৰি!
এতিয়া যে নুশুনিও শুনি সেই মাতষাৰি!
কবি:-
ණ ৰৌচন আৰা বেগম ।
No comments:
Post a Comment