" হাড়ে হিমজুৰে মই"
বছৰে বছৰে
কৰ্মেৰেধৰুৱা
মোৰ জীৱন
কৰ্মৰ বাহিৰে
একোকে নুশুনিলো
একোকে নুবুজিলো
কিনো সুখ কিনো দুখ
কলাঘুমতি আহিলে
সময় নহৌতেই
মোৰ শৰীৰে বৰষি টোপাও
সমস্যাৰ জ্বৰ আহিলে
ধৰ্য্যৰ তাপত তপাও মোৰ জঠৰ- আঙুলি ,
শৈশৱ কৈসুৰ যৌৱন আৰু পৌৰত্বৰ
নেওঁতাখন আওৰাই লওঁ
জুহালৰ কাষত ,জীৱনৰ উমতে
আঠুত মূৰ গুজি বহি পৰো
বয়ষক আঙুলিমূৰত জুখিব নোৱাৰা হওঁ
গুণ গুণাও নেদেখা জনৰ বাংময় কলি ঈশ্বৰক হেপাহেৰে গভীৰ বিশ্বাসেৰে ।
মোৰ জীৱন
কৰ্মৰ বাহিৰে
একোকে নুশুনিলো
একোকে নুবুজিলো
কিনো সুখ কিনো দুখ
কলাঘুমতি আহিলে
সময় নহৌতেই
মোৰ শৰীৰে বৰষি টোপাও
সমস্যাৰ জ্বৰ আহিলে
ধৰ্য্যৰ তাপত তপাও মোৰ জঠৰ- আঙুলি ,
শৈশৱ কৈসুৰ যৌৱন আৰু পৌৰত্বৰ
নেওঁতাখন আওৰাই লওঁ
জুহালৰ কাষত ,জীৱনৰ উমতে
আঠুত মূৰ গুজি বহি পৰো
বয়ষক আঙুলিমূৰত জুখিব নোৱাৰা হওঁ
গুণ গুণাও নেদেখা জনৰ বাংময় কলি ঈশ্বৰক হেপাহেৰে গভীৰ বিশ্বাসেৰে ।
কবি:-
ණজুলি বৰুৱা ।
No comments:
Post a Comment