Friday, 24 March 2017

অব্যক্ত ණ বিশাল অনুৰাগ



অব্যক্ত

এটি নিসংগ কপৌ
গধূলি গধূলি আহি খুঁটিয়ায় বুকু
বুকুনো কি, কাটি গোঁজা ঢাপৰ মদাৰ
মাথোঁ তেজ আৰু কাঁইটৰ বাহাৰ
কবি:-
বিশাল অনুৰাগ

No comments:

Post a Comment