Thursday, 30 March 2017

দুশৰীয়া কবিতা - ৰৌচন আৰা বেগম



দুশৰীয়া কবিতা

ফাগুনৰ ধূলি-বালি বছৰি গৈ উলটি আহে
নাহে মাথো পাৰ হৈ যোৱা খোজ দূৰলৈ বুলি
বি:-
ৰৌচন আৰা বেগম

No comments:

Post a Comment