।। প্রেমৰ তিনিটা স্তৱক ।।
(১)
মোৰ জেকা চোতালত
কাৰ সুহুৰি
এনেকৈয়ে আহে নেকি প্রেম
অশৰীৰী
মোৰ জেকা চোতালত
কাৰ সুহুৰি
এনেকৈয়ে আহে নেকি প্রেম
অশৰীৰী
(২)
অতনু হৃদয় মোৰ
প্রেমৰ নিপুণ খনিকৰ
গঢ়ো বুলিলেই গঢ়িব পাৰে
চাৰু-কলা প্রেমৰ নিগাজি ঘৰ
অতনু হৃদয় মোৰ
প্রেমৰ নিপুণ খনিকৰ
গঢ়ো বুলিলেই গঢ়িব পাৰে
চাৰু-কলা প্রেমৰ নিগাজি ঘৰ
(৩)
কাণিদুৱৰীকৈ মেলি থোৱা আছিল জোনাকৰ জুপুৰি
শিল্পজাত প্রেমৰ এইয়া পাঠশালা কিজানি
কাণিদুৱৰীকৈ মেলি থোৱা আছিল জোনাকৰ জুপুৰি
শিল্পজাত প্রেমৰ এইয়া পাঠশালা কিজানি
[বিশ্ব কবিতা দিৱস উপলক্ষে]
- উইল চিদ্দিকুৰ ৰহমান ।
No comments:
Post a Comment