Friday, 31 March 2017

গল্ফীৰ ডায়েৰি:ණ মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:
এবাৰ মাজনী বাইদেৱে ভাগিনীয়েকক সাধু কৈ আছে৷ সাধু কোৱাৰ মাজতে বাইদেউ টোপনি গল৷ভাগিনীয়েকে সুধি আছে – “মাহী,মাহী,তাৰপিছত কি হ?” মাজনী বাইদেৱে টোপনিৰ জালতে উত্তৰ দি আছে – “তাৰপিছত টাইটেনিকখন পৰি গল!
ভাগিন: ত পৰিল মাহী?”
মাজনী বাইদেউ: ৰৰৈয়া ফিল্ডত !!
কবি:-
মৌচুমী বৰি

No comments:

Post a Comment