Sunday, 26 March 2017

মহাবাহু ব্ৰহ্মপুত্ৰ ණ ৰাজেন দাস



মহাবাহু ব্ৰহ্মপুত্ৰ

সৌ তাত এখন গাওঁ আছিল
মানুহ
গছ গছনি
পশু পক্ষীৰে উভয়নদী হৈ আছিল এসময়ত
কিন্তু এতিয়া নাই
কোনো কোনোৱে ক'ব খোঁজে
ব্ৰহ্মপুত্ৰৰ হেনো দুখ নাই
কেৱল বৈ গৈছে আনৰ ভেঁটি উচন কৰি
হৃদয়খন বাৰুকৈয়ে বিষাই
মহাবাহুৰ বুকুত উফন্দি উঠা বালিচৰ দেখি
'তযে সপোন
আশা
সুঃসময় শেষ হৈ গ'
মহাবাহু ব্ৰহ্মপুত্ৰৰ আলিংগনত
'ৰালিৰ দিনবোৰ আজিও মই পাহৰা নাই
পিছে
এতিয়া আৰু আমাৰ গাওঁখন নাই
কবি:-
ৰাজেন দাস

No comments:

Post a Comment