কান্দে যদুনন্দন
চান্দ লাগি
==================
কান্দে যদুনন্দন চান্দ ধৰিবাৰ লাগি
নন্দৰাণী চান্দে কহে কাণ্ডে প্রমাদ মাগি
সন্ধ্যাকালে মন্দ মন্দ মলয় পৱন বহে
চন্দ্রমা হালে দেখিয়া কানু আনি দেহ কহে
মন্দ দেখি যাদু কাণ্ড প্রবোধে যশোদা মাত
দর্পণ হাতত দিয়া় কহে চান্দ লহ তাত
নিজ মুখ প্রতিবিম্ব হেৰি কানু ভাবে চান্দ
জ্যোতির্ময় নিৰখয় লভি পৰম আনন্দ
==================
কান্দে যদুনন্দন চান্দ ধৰিবাৰ লাগি
নন্দৰাণী চান্দে কহে কাণ্ডে প্রমাদ মাগি
সন্ধ্যাকালে মন্দ মন্দ মলয় পৱন বহে
চন্দ্রমা হালে দেখিয়া কানু আনি দেহ কহে
মন্দ দেখি যাদু কাণ্ড প্রবোধে যশোদা মাত
দর্পণ হাতত দিয়া় কহে চান্দ লহ তাত
নিজ মুখ প্রতিবিম্ব হেৰি কানু ভাবে চান্দ
জ্যোতির্ময় নিৰখয় লভি পৰম আনন্দ
কবি:-
ණ জ্যোতিষ কুমাৰ দেৱ ।
No comments:
Post a Comment