মাতঃ
কথা বেছিকৈ কৈ থাকোঁ কাৰণেই দেউতাই গান শিকিবলৈ মোক ইয়াত ব্যস্ত কৰাই দিলে। তুমি?-গানৰ স্কুলত ছোৱালীজনীয়ে ভায়'লিন বজোৱা ল'ৰাজনক সুধিলে।
'কথা কব নোৱাৰা বাবে দেউতাই মোক ইয়াত নাম লগাই দিলে।'-ভায়'লিন বজোৱা ল'ৰাজনে কাগজ এটুকুৰাত লিখি ছোৱালীজনীক দিলে।

ছোৱালীজনীৰ মাতটো
সিদিনাৰ পৰাই তাৰ ভায়'লিনত বান্ধ খাই গ'ল।
কবি:-
ණজয়ন্ত আকাশ বৰ্মন ।
No comments:
Post a Comment