গল্ফীৰ ডায়েৰি:
এদিন মাজনী
বাইদেৱে শুনা পালে – “আজিকালি “ভূতীয়া পাট”ৰ কাপোৰ খুব চলিছে বোলে!” বাইদেৱে কাপোৰৰ দোকানলৈ গৈ “ভূতীয়া পাট”ৰ কাপোৰ বিচাৰিবলৈ ধৰিলে৷পিছে ক’তো “ভূতীয়া পাট”ৰ কাপোৰ বিচাৰি নাপালে৷পিছত গম পালে ভূতীয়া পাট নহয় বৰ্ণালী পাটৰ কাপোৰহে খুব
চলিছে!!মাজনী বাইদেৱে ভাবিলে –“কাণখন অলপ ভালকৈ চাফা কৰি ল’ব লাগিব৷”
কবি:-
ණ মৌচুমী বৰি ।
No comments:
Post a Comment