গল্ফীৰ ডায়েৰি:
ৰাস্তাৰে গৈ
আছিলোঁ৷বৰ গৰম পৰিছিল৷তেনেতে দেখিলোঁ ল’ৰা এটাই “কল্ড ড্ৰিংকছ” খাই খাই গৈ আছে৷মই
সিনো কি “কল্ড ড্ৰিংকছ” খাইছে নামটো চাবলৈ যত্ন কৰিলোঁ আৰু দেখা পালোঁ – সি খোৱা “কল্ড ড্ৰিংকছ”টোৰ নাম “জাপ-জুপ”৷ মইও জাপ-জুপ এটাকে খাওঁ বুলি দোকানত সোমালোঁ আৰু দোকানীক ক’লো –“জাপ-জুপ এটা দিয়া” ৷ দোকানীজনে
পেঞ্চিল বেটেৰী কেইটামান উলিয়াই দিলে৷পেঞ্চিল বেটেৰী কেইটা দেখিয়েই গম পালোঁ –কিবা ডাঙৰ খেলিমেলি হৈছে!!দোকানৰ পৰা ওলাই আহিলোঁ৷
কবি:-
ණমৌচুমী বৰি ।
No comments:
Post a Comment