সপোন
সন্ধ্যা তৰাটো শিতানত সৰিলে,
আগন্তুক দিন বোৰৰ সপোন এটি ৰচিলে।
আক-বাক, চায়া-মায়া, জোনাকী ধূষৰ ৰাতি,*
ক'ৰপৰা হঠাতে সৰিলে দুপতিয়া সপোন এটি ।
সপোন মিঠা, সপোন তিতা,....
কত যে সপোনৰ ৰঙা, নীলা ৰং।
সপোনৰ মাজতে আশাৰ গছ গজোতেই, ....
সপোন পথাৰ পৰিলে চন ।
কবি:
দ্বীপজ্যোতি গগৈ ।
No comments:
Post a Comment