*আত্মচৰিত*
ঈশ্বৰত বিশ্বাস
নাই, প্রকৃতিলৈ মুগ্ধ দৃষ্টিৰে চাও,
প্রগতিৰ হাত ধৰি যিমানে আগুৱাই যাও
সমাজৰ কুট কৌশলে মোৰ আস্তিন ধৰি ক্রমশ পাছলৈ টানে।
এনে লাগে যেন মাজৰাতি গোটেই চহৰ জুৰি খোজকাঢ়ো
অকলে ক’ৰবাত বহি কান্দো।
ঈশ্বৰত বিশ্বাস নাই,
ঘৰে ঘৰে ধর্মবাদীসকলে গোপনে শ্রেণী বিভাজন কৰে
মানুহৰ মাজৰপৰা নিলগাই ভাগ কৰি থয় নাৰী।
ময়ো বিভক্ত হওঁ
মানুহৰ অধিকাৰৰপৰা ময়ো বঞ্চিত হওঁ।
শ্রেণী শোষণৰ কথা কৈ জোৰদাৰ হাতচাপৰি পায়,
তীখৰ ৰাজনীতিকে,
কৌশলৰে লুকুৱাই ৰাখে নাৰী শোষণৰ যাৱতীয় শব্দাৱলী।
তেনে অনেক চৰিত্রবানক মই চিনি পাওঁ।
পৃথিবী জুৰি ধর্মই বহলাই মেলি দিছে নিজৰ ওঠৰটা আঙুলী,
অকলে আস্ফালন কৰি কিমান নো আৰু ভাঙিবপৰা যায় হাড়,
কিমান নো আৰু ফালিবপাৰি বৈষম্যৰ সুদুৰ প্রসাৰী জাল !
------------------------------------------------------------------
বাংলা কবিতাটো তলত দিয়া হ'ল__

*আত্মচরিত*
ঈশ্বরে বিশ্বাস
নাই, প্রকৃতিকে মুগ্ধ চোখে দেখি,
প্রগতির হাত ধরে যতটা এগোই
সমাজের কুটচাল আমার আস্তিন ধরে ক্রমশ পেছনে টানে।
ইচ্ছে হয় মাধ্যরাতে সারাটা শহর জুড়ে হাঁটি
একলা কোথাও বসে কাঁদি।
ঈশ্বরে বিশ্বাস নাই,
ঘরে ঘরে ধর্মবাদীরা গোপনে শ্রেণীভাগ করে
মানুষের মধ্য থেকে ভাগ করে রাখে নারী।
আমিও বিভক্ত হই
মানুষের অধিকার থেকে আমিও বঞ্চিত হই।
শ্রেণী শোষণের কথা বলে জোর হাততালি পায়,
তুখোড় রাজনীতিক,
কৌশলে লুকিয়ে রাখে নারী শোষণের যাবতীয় শব্দাবলি।
ওইসব ঢের চরিত্র ওয়ালাদের আমি চিনি।
গোটা পৃথিবীতে ধর্ম তার বিছিয়েছে আঠারো আঙুল,
একা আস্ফালন করে কত আর ভাঙা যায় হাড়
কত আর ছেঁড়া যায় বৈষম্যের সুদুর বিস্তৃত জাল !

লেখিকা
"তসলিমা নাসরিন"ৰ কবিতা "আত্মচরিত" ৰ অসমীয়া অনুবাদ__
কবি:-
ණ ৰৌচন আৰা বেগম ।
No comments:
Post a Comment