"ডাৱৰীয়া ৰাতি"
তই এনেকৈ আহিবি
বুলি জনা হ'লে
মই হয়তো কেতিয়াও তেনে নকৰিলোহেঁতেন!
মই হয়তো কেতিয়াও তেনে নকৰিলোহেঁতেন!
এতিয়া চিপচিপীয়া
বৰষুণজাকেৰে
হৃদয় জুৰুলি জুপুৰি৷
হৃদয় জুৰুলি জুপুৰি৷
ভেকুলীৰ
টোৰটোৰণিৰে
জয়াল যেন লগা
এটা ডাৱৰীয়া ৰাতি৷৷
জয়াল যেন লগা
এটা ডাৱৰীয়া ৰাতি৷৷
কবি:-
ණ মৌচুমী বৰি ।
No comments:
Post a Comment