Wednesday, 29 March 2017

হাইকু(১৩)ණ অংকুৰ শইকীয়া



হাইকু(১৩)
ক্ষণবোৰ
দিন দুপৰে
বৰদৈচিলা জাক
ত বতৰা
----
ছাঁ ওৰণিৰ
সন্ধিয়া ৰঙা বেলি
এমুঠি নৈ হৈ
----
ফুল সফুঁৰা
অনন্ত বুকু ধ্বনি
আধা ফুটা ৰং
----
সুন্দৰ বন
বসন্ত সমীৰ বৈ
মৌ-সনা কন্ঠ
বি:
অংকুৰ শইকীয়া ৷৷

No comments:

Post a Comment