Sunday, 26 March 2017

গল্ফীৰ ডায়েৰি:ණ মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:মাৰ্চ,২০১৭
এদিন খাদিমৰ দোকানত চেণ্ডেল কিনিবলৈ সোমালোঁ৷চেণ্ডেল এযোৰ পচন্দ হল৷মই দাম সুধি দাম-দৰ কৰিবলৈ আৰম্ভ কৰি দিলোঁ৷দোকানী নাচোৰবান্দা, লে –“আমাৰ টকাৰ লৰচৰ নহয়!
মই কলো— “তেন্তে মই যাওঁ, আপোনাৰ দোকানৰ চেণ্ডেল আপুনিয়ে পিন্ধক৷
কবি:-
মৌচুমী বৰি

No comments:

Post a Comment