কবিতা
কবিতাৰ প্ৰাণত
জীৱন দিব খোজে তেওঁ
ৰিক্ত হৃদয়ত
প্ৰেমৰ জোৱাৰ তুলিব খোজে তেওঁ ।
,
অদূৰত বিশ্বাসবোৰ দগ্মগালে
নিজানত পাৰ ভাঙি নিগৰে ঢল ।
,
সময়ৰ চাকনৈয়াত
মোৰ প্ৰতিটো উপেক্ষাত
মৌন তেওঁ...
হয়তো অপ্ৰাপ্তিৰ অভ্যস্তত
মৌন মইও ।।
কবি:-
ණডুলুমণি ৰয় ।
No comments:
Post a Comment