বুকুত এজাক ধুমুহা ( পোন্ধৰ )
উতলি থাকি গোটেই
নিশা
জনাৰণ্য়ত পোৰে জোনপোক
জনাৰণ্য়ত পোৰে জোনপোক
সমস্বৰত ছাঁই সৰে
কুহুমীয়া জোন কঁপে
কুহুমীয়া জোন কঁপে
গুজ পুতি বহিল
বুকুত
পোক ছাঁই আৰু জোন
পোক ছাঁই আৰু জোন
মিশ্ৰণত পমিল কোন
ধুমুহা বলিলেই
সেমেকি উঠিব ত্ৰিকোণ
ধুমুহা বলিলেই
সেমেকি উঠিব ত্ৰিকোণ
No comments:
Post a Comment