Tuesday, 14 March 2017

গল্ফীৰ ডায়েৰি :ණ মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:
বিপুলে কাম এটাত শহুৰেকৰ ঘৰলৈ গৈছিল৷ সি কথা খুব কমকৈ কয়৷আছলতে সি বোলে কথা কবলৈ কথাই বিচাৰি নাপায়৷ সিদিনা ড্ৰয়িং ৰূমত শহুৰেকৰ স'তে সি বহি আছিল৷ দুয়োৰে মাজত নীৰৱতা৷বিপুলে কথা পাতিবলৈ কথা বিচাৰি ফুৰিছে মনৰ মাজত৷ ভাবি ভাবি সি কথা এটা বিচাৰি পালে৷শহুৰেকক সুধিলে --
"
দেউতা আপুনি বিয়া পাতিলে নাই?"
কবি:-
মৌচুমী বৰি  

No comments:

Post a Comment