Friday, 10 March 2017

জীৱনණডূলুমণি ৰায়



জীৱন

,
হেৰুৱা অতীতৰ লহৰত
বৰ্তমানৰ বাঁহীয়ে
ভৱিষ্যতৰ সুৰ তোলে...
গীতৰ ছন্দত
দেও দি নাচে সুখ
দেও দি নাচে দুখ...
ভালপোৱা বোৰেই যদি সুখ
দুখবোৰোটো জীৱন ....
কবি:-
ডূলুমণি ৰায়

No comments:

Post a Comment