Tuesday, 14 March 2017

পৰিত্যক্ত ষ্টেচনණ লীনা হাজৰিকা



পৰিত্যক্ত ষ্টেচন

পৰিত্যক্ত ষ্টেচন
এটি পৰিত্যক্ত ষ্টেচন বুলি ভাবি
ৰেলখন নাহিল !
ষ্টেচনটোৱে বহু আশা
আৰু স্মৃতি বুকুত বান্ধি
অপেক্ষাৰত ........
ৰেলখন আকৌ আহিব !
কবি:-
লীনা হাজৰিকা

No comments:

Post a Comment