Sunday, 12 March 2017

ৰং ණ উত্পল মেধি



ৰং

ফাগুনৰ উৎসৱত ফাকুৱা সানিম দুগালত ৷
ভৰিব ৰং
পৰিব ৰং
ৰাস্তা অথবা পদুলিত ৷
আমিবোৰৰ ৰং বা কত
সদায় ফুটপাথত শোৱা
ধুলিৰ ফাকুঁৱা সনা ৷
উৎসৱ মানে বিসাদ আমাৰ
ৰং মানে সপোন আমাৰ ,
ৰঙা
নিলা
হালধিয়া
সেউজীয়া ,হোৱা সপোন আমাৰ!
কবি:-
ত্পল মেধি

No comments:

Post a Comment