Wednesday, 8 March 2017

মগ্ন উশাহ(৮) ණ অংকুৰ শইকীয়া



মগ্ন উশাহ(৮)
এটি চিনাকী বাঁহীৰ সূৰে প্ৰাণ সৰে
জিলমিল নীৰৱ ৰাগিনী
মোৰ ফাগুনৰ সূদূৰ প্ৰান্তত
যেন দোকমোকালিতে কাঁচিয়লী মুখেৰে
ঘনেপতি ভুমিকি মাৰিছো সেউজীয়াৰ মাজলৈ
হৃদয়তলিৰ এছাটি সুগন্ধি পছোৱা
ৰিব্ ৰিব্ কৰে জোনাকৰ দেশ
ৱাহ: কি শীতল ......এইয়া কি সপোনৰ বাট বুলিচো ৷
কবি:- অংকুৰ শইকীয়া ৷

No comments:

Post a Comment