Sunday, 5 March 2017

গল্ফীৰ ডায়েৰি ණ মৌচুমী বৰি



গল্ফীৰ ডায়েৰি:-
মাজনী বাইদেৱে নতুনকৈ স্মাৰ্টফোন এটা লৈছে, কিন্তু কেনেকৈ ব্যৱহাৰ কৰে নাজানে৷পিছে আজিকালি সকলোৱে ফেচবুক,ৱাটচএপ ব্যৱহাৰ কৰে বুলি জানে৷বীৰুক লে—“বীৰু,এইটোত ফেচবুক,ৱটচঅপ ডাউন কৰি দেছোন তাৰপিছত সৱ শিকাই দিবি দেই
এসপ্তাহমান বীৰুৰ পৰা ট্ৰেইনিং লৈ মাজনী বাইদেৱে স্মাৰ্টফোন ব্যৱহাৰ কৰিব পৰা হল৷ফেচবুক চলাই আনন্দ পোৱা হল৷ফেচবুকত বন্ধুও অলপ গোট খালে৷পিছে হাঁহি উঠা কথা পঢ়োঁতে,বন্ধুসকলৰ ফটো আদি চাওঁতে প্ৰায়ে “angry” চিম্বলটো হাতলাগি গুচি যায় ৷মাজনী বাইদেৱে চিম্বলটো সলাব জনা নাই এতিয়ালৈকে৷
কটা খং উঠাটোকে দিব পাব লাগেনে!!” –এইবুলি কৈ থৈ দিয়ে৷
সিদিনা ফটো এখন লাইক কৰিব খুজোঁতে “wow” চিম্বলটো দিলে৷
বীৰুক কলে – “বীৰু,চাচোন চা ’” চিম্বলটো দি দিলোঁ ফটোখনত!!যা কটা!

কবি:- মৌচুমী বৰি

No comments:

Post a Comment