Wednesday, 8 March 2017

নীলাতৰাৰ নীলযাত্ৰাණ জয়ন্ত আকাশ বৰ্মন





মহাশূন্যত ওপঙি থকা এটা নীলা তৰা
শুনি-নুশুনি ৰিণি-ৰিণি ক'ৰবাত
নৈশব্দৰ ৰথৰ চকা ঘূৰে
নীৰৱে
নিতালে
এন্ধাৰৰ অলিয়েদি
এজাক মৰন্মুখ শামুক
চকুপানী হৈ বুকু ভাঙে
মহাশূন্যত আৰু এটি নীলা তৰা জ্বলে ...
কবি:-  
য়ন্ত আকাশ বৰ্মন

No comments:

Post a Comment