Friday, 10 March 2017

আস্ ණ প্ৰশান্ত শৰ্মা



আস্
°°°°°°
অনন্য আংগিক এটিয়ে
তেল পিচলা বাটটোতে
অগা-ডেৱা কৰি আছিল
ছাব্ মাৰি ধৰাৰ আগতেই
'ত জানো লুকাই পৰিল………
অভাৱত পৰি সেয়া
কবিতাটো
আজিও পাগত নুঠিল …………(?)
কবি:- প্ৰশান্ত শৰ্মা

No comments:

Post a Comment