খবৰ
বাতৰি কাকতখন মেলি
লওঁতেই দেখিলো
মৃতদেহবোৰ ওলমি আছে শব্দৰ খাপঁত
মৃতদেহবোৰ ওলমি আছে শব্দৰ খাপঁত
শব্দবোৰে চিঞৰিছে
মৰ্মান্তিক ভয়াৱহ (!)
মৰ্মান্তিক ভয়াৱহ (!)
উন্মুক্ত বাক্য
এশাৰীয়ে কান্দিছে
নতুনকৈ সংসাৰ পতা ছোৱালীজনীৰ
কপাঁলখন উকা হ'ল
নতুনকৈ সংসাৰ পতা ছোৱালীজনীৰ
কপাঁলখন উকা হ'ল
মানুহবোৰে অভিনয়
কৰিছে
এমুঠি চকুপানী…
এমুঠি চকুপানী…
কবি:- ණ ৰাজেন দাস ৷
No comments:
Post a Comment