Wednesday, 25 January 2017

হাইকু (৮)

হাইকু(৮)
দৃশ্যবোৰ
(১)
থিক বতাহ
ফাগুন নে বৰদৈচিলা
শুকুলা মেঘৰ
----
(
২)
সোণালী ৰ
নৈখনৰ কি গভীৰত
উজান ভাটি
----
(
৩)
এচলু ঘাম
গো-ধূলি আবেলিত
লুণীয়া বাট
----
(
৪)
নিজম ৰাতি
টিপচাকিৰ জিকমিকনি
উৰুঙা পঁজা

অংকুৰ শইকীয়া ৷

No comments:

Post a Comment