চুটিকৈ লিখিম
কবিতাটো'
চুটিকৈয়ে লিখিম
কবিতাটো
তোমাৰ ৰুচি অনুযায়ী
তোমাৰ ৰুচি অনুযায়ী
মই জানো
আজিকালি ফুলবোৰো ব্যস্ত
কাৰণ
নৱবৰ্ষ উদযাপন কৰাটো
সকলোৰে এটা নিচা
আৰু লক্ষটো সকলোৰে প্ৰিয়
আজিকালি ফুলবোৰো ব্যস্ত
কাৰণ
নৱবৰ্ষ উদযাপন কৰাটো
সকলোৰে এটা নিচা
আৰু লক্ষটো সকলোৰে প্ৰিয়
কিন্তু;
মোৰ এই কবিতাৰ অন্তত
মৃত্যু সমাগত ।
মোৰ এই কবিতাৰ অন্তত
মৃত্যু সমাগত ।
এতিয়া কোৱা
কবিতাটো চুটিকৈয়ে লিখোনে ?
কবিতাটো চুটিকৈয়ে লিখোনে ?
ණ অভিজিত শইকীয়া ৷৷
No comments:
Post a Comment