শিৰোনামঃ ৰূপান্তৰ
কেইবা অৰ্বুদ নৱীন
শোভাযাত্ৰা।
অৱশ্যেই, ভাৰ সহিব পৰাটো এক কঠিন ব্যাপাৰ।
অৱশ্যেই, ভাৰ সহিব পৰাটো এক কঠিন ব্যাপাৰ।
গভীৰ প্ৰজ্ঞাৰে
ধূমায়িত অৱগাহন।
প্ৰোজ্জ্বল দীপ্তিত আচন্দ্ৰাই মন- গহন।
প্ৰোজ্জ্বল দীপ্তিত আচন্দ্ৰাই মন- গহন।
লোহিত প্ৰান্তৰত
জোনাকতো স্তব্ধ দুৱাৰ।
১০মাৰ্চ, ৰাউনাক। এষাৰত।
সৰ্বোপৰি অন্যান্য অনন্য।
১০মাৰ্চ, ৰাউনাক। এষাৰত।
সৰ্বোপৰি অন্যান্য অনন্য।
পানীত ওপঙা জাহাজ
দেখিছা, আই?
এন্ধাৰতো ডুব নাযাব পৰা পোহৰৰ আলিবাট...
আৰু কাঁইটৰ কোঁটকোৰা...?!
এন্ধাৰতো ডুব নাযাব পৰা পোহৰৰ আলিবাট...
আৰু কাঁইটৰ কোঁটকোৰা...?!
এনেকৈয়ে আহে সীৰলুৰ
ভাঁজে ৰূপান্তৰ।
কুম্পুৰ সপোনেৰে বগুৱাবাই
ৰূপালীমৰ প্ৰেমত পৰাৰ সময়ত
কোনেনো ভাৱিছিল এয়াইনে
যাবি ঐ লুইতৰে পানী বৈ বোলা তোমাৰ ধাৰাৰ সাম্প্ৰতিক ব্যৱস্হা!!
কুম্পুৰ সপোনেৰে বগুৱাবাই
ৰূপালীমৰ প্ৰেমত পৰাৰ সময়ত
কোনেনো ভাৱিছিল এয়াইনে
যাবি ঐ লুইতৰে পানী বৈ বোলা তোমাৰ ধাৰাৰ সাম্প্ৰতিক ব্যৱস্হা!!
কোঁৱৰ, ভূতপোৱালি দুটি গ'ল তেন্তে লুকাই।
বনবোৰ ঘৰৰ কথাৰে নভৰিল ও জয়া...
দেখিছো- কাৰেঙতো কাঁইটৰ খনি।
বনবোৰ ঘৰৰ কথাৰে নভৰিল ও জয়া...
দেখিছো- কাৰেঙতো কাঁইটৰ খনি।
কি কৰা যায়!
অৰ্বুদ প্ৰাচীন শোভা।
অৰ্বুদ প্ৰাচীন শোভা।
অনুৰণিত
প্ৰতিধ্বনি।
পকীলৈ যোৱাৰ সময় হ'বনে আপোনাৰ?!
ණ জনজিৎ গোস্বামী ৷৷
No comments:
Post a Comment