প্ৰেম
অভিমানী ঋতুৰ
প্ৰেমত বন্দী বেলি
প্ৰতিদান নিবিচৰা ভালপোৱা
ঋতু সলনি হ’লেও
সলনি নহয় ৰ'দৰ ঠিকনা
ঋতুৱে ভাল পাই নতুনৰ ৰং
পোহৰ শুহি শুহি
ঋতুৰ বাৰু নালাগেনে আমনি
কাৰ বাবে এই সাজোন কাচোন
কাৰ বাবে চঞ্চলা প্ৰাণ
বেলিৰ বাৰু কোনোদিন নাজাগেনে অভিমান
প্ৰতিদান নিবিচৰা ভালপোৱা
ঋতু সলনি হ’লেও
সলনি নহয় ৰ'দৰ ঠিকনা
ঋতুৱে ভাল পাই নতুনৰ ৰং
পোহৰ শুহি শুহি
ঋতুৰ বাৰু নালাগেনে আমনি
কাৰ বাবে এই সাজোন কাচোন
কাৰ বাবে চঞ্চলা প্ৰাণ
বেলিৰ বাৰু কোনোদিন নাজাগেনে অভিমান
ණ দুলাল হাজৰিকা ৷
No comments:
Post a Comment