প্ৰেম বিষয়ক ২
---------------------
---------------------
ভালপোৱা কি
উশাহত নিতৌ হেৰাওঁ
চুৰ কৰি পালন কৰো জীৱন
উশাহত নিতৌ হেৰাওঁ
চুৰ কৰি পালন কৰো জীৱন
ৰাতিবোৰে ৰিঙিয়াই
মাতে
আঙুলি ফাঁকত আঙুলি বিচাৰো
টোপনি মোৰো নাহে
আঙুলি ফাঁকত আঙুলি বিচাৰো
টোপনি মোৰো নাহে
জানো
ভাললগা বোৰ ভালপোৱা নহয়
ভালপোৱা বোৰ কিয় নহয় বসন্ত ?
ভাললগা বোৰ ভালপোৱা নহয়
ভালপোৱা বোৰ কিয় নহয় বসন্ত ?
চাওঁ ¸ কাষলৈ আহচোন
চুই চাওঁ নাভি
যৰ পৰা ওপজে কৃষ্ণৰ বাঁহী
চুই চাওঁ নাভি
যৰ পৰা ওপজে কৃষ্ণৰ বাঁহী
No comments:
Post a Comment