Tuesday, 17 January 2017

গল্ফীৰ ডায়েৰি: জানুৱাৰী,২০১৭

আখৰুৱাৰ গল্ফীৰ ডায়েৰি: জানুৱাৰী,২০১৭

বীৰুৱে ভায়েকক ক'লে -- "হীৰু,দোকানৰ পৰা ফেভিকল দুটামান আনিবি অ,লাগি থাকে"
মাজনী বাইদেৱে বীৰুৱে কোৱা কথাখিনি শুনি আচৰিত হৈ বীৰুক সুধিলে -- "বীৰু,এইটোনো কেনেকুৱা কল ? দেখিবলৈ কেনেকুৱানো?মই আজিহে শুনিলোঁ দেই ফেভিকল বুলিও যে কল এবিধ আছে!!
মৌচুমী বৰি ৷৷


No comments:

Post a Comment