Monday, 23 January 2017

গল্ফীৰ ডায়েৰি:জানুৱাৰী,২০১৭

আখৰুৱাৰ গল্ফীৰ ডায়েৰি:জানুৱাৰী,২০১৭
গল্ফীৰ ডায়েৰি:

বীৰু তেতিয়া কলেজলৈ নতুনকৈ গৈছে ৷ চিনিয়ৰে ৰেগিং কৰিছে জুনিয়ৰক৷সেইদিনা বীৰুৰ পাল পৰিল৷ বীৰুক চিনিয়ৰ দাদা এজনে কলে – “এই বেঞ্চখনত বহি চাইকেল চলা”…বীৰুৱেও চিনিয়ৰৰ কথা মতে বেঞ্চত বহি ভৰি দুটা পেডেল মৰাৰ দৰে ঘূৰাবলৈ ধৰিলে৷এটা সময়ত ভৰি বিষোৱাত বীৰু ৰৈ গল৷চিনিয়ৰে ধমক দিলে –“কিয় ৰৈ গলি?” বীৰুৱে তপককৈ কলে—“দাদা,শ্লপিঙত আছোঁ


মৌচুমী বৰি ৷৷

No comments:

Post a Comment