ভালপোৱাৰ ৰামধেনু…১
"অৰিন্দমে আঁকি যোৱা শিৰৰ সেন্দুৰকণক
অনন্যাই কেতিয়াও অৱহেলা কৰিব নোৱাৰে৷যেনেকৈ সি কৰি আহিছে৷তাই বহুত দুখ সহিব লগা হৈছে তাৰ বাবে তথাপিও অৰিন্দমক সদায় তাইৰ মনৰ মাজত লৈ
ফুৰিছে৷"
"কি যে অৰিন্দমটো !"
ছোৱালী দেখিলেই প্ৰেমত পৰে৷
ছোৱালী দেখিলেই প্ৰেমত পৰে৷
উস!
কেতিয়াবা তালৈ
খুউব খং উঠে অনন্যাৰ৷ ইচ্ছা জাগে এদিন তাক তাৰ ভুলৰ শাস্তি দিব৷ কিন্তু নোৱাৰে ৷সৰুৰে পৰা দেউতাকে দেখুওৱা আদৰ্শৰ বাট
উলংঘন কৰি তাই তাক শাস্তি দিব নোৱাৰেগৈ৷৷৷৷
ණ জোনমণি গগৈ ৷৷
No comments:
Post a Comment