"মিতভাষ”(৫৮)
তাত ময়ো আছিলো
তাত ময়ো আছিলো ---- ছপোন-ছবুৰি সপোন এটি লৈ ---- এখোজ-দুখোজকৈ আগুৱাই সন্তৰ্পণে সজালো-পৰালো নিজকে---- হৃদয়ৰ ভাষাবোৰ জিঞা পাখি হেন চঞ্চল হ’ল ---- হালধীয়া ঢৌৰে অগাদেৱা বাঢে মৌনতা ---- কিজানি এবাৰ নতুনকৈ পাওঁ হেপাহৰ বসন্ত --- শীতল জোনাক চাই চাই মৌ পগলা মনটো ব্যাকুল.....

ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment