হাইকু(৬)
টোপাল উশাহ
টোপাল উশাহ
আকাশ কাৰ
এধাৰি স্বচ্ছ ডাৱৰনে
গভীৰ বাট
------
তথাপি শৰত
স্নিগ্ধ জোনাক মায়া
খীৰৰ বৰণ
------
বৰ্ষাৰ ৰাতি
পানীপতাত কুঁৱলী
টোপাল মগ্ন
------
এপিয়লা সুখহে
আহিনৰ দোকমোকালি
বিৰিণা মন
এধাৰি স্বচ্ছ ডাৱৰনে
গভীৰ বাট
------
তথাপি শৰত
স্নিগ্ধ জোনাক মায়া
খীৰৰ বৰণ
------
বৰ্ষাৰ ৰাতি
পানীপতাত কুঁৱলী
টোপাল মগ্ন
------
এপিয়লা সুখহে
আহিনৰ দোকমোকালি
বিৰিণা মন
ණ অংকুৰ শইকীয়া ৷
No comments:
Post a Comment