শ্ৰদ্ধাঞ্জলি
সৃষ্টি হৈছিল
কৃষ্টি - কৃষকৰ ঘৰে ঘৰে
অন্যতম ,সেই নামৰ নাট্যকাৰ
তোমাৰ ভাৱনাৰে বন্দিতা
কৃষি হাতত অযুত প্ৰণাম ,
লেখনী -তুলিকা অনন্য ৰূপায়ণ
সংগ্ৰামৰ শব্দ বাজিছিল দুন্দুভিত
তোমাক প্ৰণাম
তোমাক প্ৰণাম
তোমাক প্ৰণাম
অন্যতম ,সেই নামৰ নাট্যকাৰ
তোমাৰ ভাৱনাৰে বন্দিতা
কৃষি হাতত অযুত প্ৰণাম ,
লেখনী -তুলিকা অনন্য ৰূপায়ণ
সংগ্ৰামৰ শব্দ বাজিছিল দুন্দুভিত
তোমাক প্ৰণাম
তোমাক প্ৰণাম
তোমাক প্ৰণাম
ණ প্ৰশান্ত কলিতা ৷৷
No comments:
Post a Comment