নৈ পৰীয়া বতাহ
এজাক
নৈ পৰীয়া বতাহ
এজাকে
চেচাঁ পেলালে বুকু৷৷
হৃদয় হৃদয়েই…
আবেগৰ জোলোঙাত
সাঁচি ৰাখিব নোৱাৰি সময়৷
চেচাঁ পেলালে বুকু৷৷
হৃদয় হৃদয়েই…
আবেগৰ জোলোঙাত
সাঁচি ৰাখিব নোৱাৰি সময়৷
ভালপোৱাবোৰ বুকুৰ
আলহী…
ঠুনুকা হাঁহিৰ ক্ষণিকৰ সুখ৷
ঠুনুকা হাঁহিৰ ক্ষণিকৰ সুখ৷
এই বাটেৰে নাযাবি
আৰু
নৈ পৰীয়া বতাহজাক
বেগাই বলিব৷
বুকুখন শিল হৈ
গোট মাৰিব৷
নৈ পৰীয়া বতাহজাক
বেগাই বলিব৷
বুকুখন শিল হৈ
গোট মাৰিব৷
ණ জোনমণি গগৈ ৷৷
No comments:
Post a Comment