আখৰুৱাৰ গল্ফীৰ
ডায়েৰি:জানুৱাৰী,২০১৭
"মোৰ পদূলিৰ গোবৰচপৰা কালি গধূলি
গছকিলোঁ" -- এই বাক্যশাৰী বীৰুৱে ছেভেনত পঢি থকা তীখৰ গুটিক ইংৰাজীলৈ অনুবাদ কৰিবলৈ ক'লে৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "ডিছ ইজ গৰু গোবৰ অন মাই পদূলি,আই এম গছকিলোঁ য়েছটাৰ ডে গধূলি"
"বুটি কোৰখনেৰে নলা খান্ডি চোতালত
জমাহোৱাা পানী হোলালৈ পঠালোঁ"-- বীৰুৱে তীখৰ গুটিৰ ইংৰাজীত দখল দেখি আকৌ এই বাক্যশাৰী অনুবাদ
কৰিবলৈ ক'লে ৷ তীখৰে তপৰাই অনুবাদ কৰিলে -- "আনিঙ তু বুটিকোৰ খানিং তু নলা
জৰজৰকে চোতালৰ পানী যাব গয়িং তু হোলা
ණ মৌচুমী বৰি ৷৷
No comments:
Post a Comment