কবিতা নহয়
সময়ৰ নিষ্ঠুৰ বানত
এদিন শুকাই আহিব অভিমান
যেতিয়া মৰুভূমিত ৰূপান্তৰ হ'ব
সেউজীয়াবোৰ
এদিন শুকাই আহিব অভিমান
যেতিয়া মৰুভূমিত ৰূপান্তৰ হ'ব
সেউজীয়াবোৰ
যন্ত্ৰবৎ হৈ
সেমেকিপৰা বাগিছাৰ আঁৰত
নিজকে ঢাকিবা
ব্রেণ্ডেড আভূষণৰে!
সেমেকিপৰা বাগিছাৰ আঁৰত
নিজকে ঢাকিবা
ব্রেণ্ডেড আভূষণৰে!
ණ চন্দন বেজবৰুৱা ।
No comments:
Post a Comment