Sunday, 29 January 2017

মই ভাল হোৱাৰ কথা আছিল

মই ভাল হোৱাৰ কথা আছিল



চিগাৰেটডাল জ্বলি চাই হৈ গ'
মোৰ দুওঁঠৰ চুম্বনত
দাউ-দাউকৈ জ্বলিল হৃদয়
ধোৱাই আত্মসাৎ কৰিলে পথ
বেদনাত গধুৰ দুচকুৱে
বিচাৰে আজি হেৰুৱা সময়
মোৰ ভুল হৈ গ'
এতিয়া শামুকৰ খোলাত মুকুতা বিচৰাৰ
মোৰ অপচেষ্টা!


ৰাজেন দাস।

No comments:

Post a Comment