প্রেমিক বেপৰোৱা
মনৰ ভাৱনাবোৰে
বয়সৰ হাত ধৰি চলে
ধেনুপিঠিয়া বুঢ়াৰ চাৱনীত ভৱিষ্যত সদাই ভূলুণ্ঠিত
উদীয়মান সূর্যৰ প্রথম ৰেঙনি তাৰ চকুৰ পোৰনি
কঁপা হাতেৰে জানো প্রেমক আকোৱালি লব পাৰি
অধৰা প্রেমৰ ওঁঠত চুমা খোৱা বেপৰোৱা প্রেমিকজনে
কোন দুখেৰে বাৰু অপাৰগৰ ঈর্ষাৰ বশীভূত হব ...

ණ জ্যোতিষ কুমাৰ দেৱ৷৷
No comments:
Post a Comment