প্ৰজাস্বতন্ত্ৰতা
দিৱস
আমি বাৰু সঁচাই স্বতন্ত্ৰ হয়নে?
নে আমি কেৱল জহ কৰো
স্বতন্ত্ৰ বুলি....
নে আমি কেৱল জহ কৰো
স্বতন্ত্ৰ বুলি....
অট্টালিকা বাদেই
দিয়া
মৌলিক অধিকাৰেও চহ এৰা দিয়া
এই প্ৰজা সকলে গায়নে
স্বতন্ত্ৰতাৰ গীত?
আচলতে তেওঁলোকক গাবলৈ
বাধ্য কৰোৱা হৈছে ৷
"চ্যাৰে জ্যহা স্যে আত্চ্যা
হিন্দু ছ্যিতা হ্যামাৰা..."
যিসকলৰ দাচবিনেই দেশ,
তেওঁলোকে জানেনে হিন্দ্ কি?
গণ কি?
গণতন্ত্ৰ কি?
মৌলিক অধিকাৰেও চহ এৰা দিয়া
এই প্ৰজা সকলে গায়নে
স্বতন্ত্ৰতাৰ গীত?
আচলতে তেওঁলোকক গাবলৈ
বাধ্য কৰোৱা হৈছে ৷
"চ্যাৰে জ্যহা স্যে আত্চ্যা
হিন্দু ছ্যিতা হ্যামাৰা..."
যিসকলৰ দাচবিনেই দেশ,
তেওঁলোকে জানেনে হিন্দ্ কি?
গণ কি?
গণতন্ত্ৰ কি?
তথাপি দুবাহুৰে
তুলি ধৰিছে
খহিবলৈ ধৰা ত্ৰিৰঙ্গা ৷
যাৰ খবৰ গাদিবাদী সকলৰো নাই....
আৰু ইয়াকেই কয়
প্ৰজাস্বতন্ত্ৰতা ৷৷
খহিবলৈ ধৰা ত্ৰিৰঙ্গা ৷
যাৰ খবৰ গাদিবাদী সকলৰো নাই....
আৰু ইয়াকেই কয়
প্ৰজাস্বতন্ত্ৰতা ৷৷
No comments:
Post a Comment