মৌনতা
এৰি অহা
নৈৰ ঘাটে ৰিঙিয়াই মাতে
ঐ আছনে ??
যাৱ লাগিব যদি ক’ৱি
লগ দিব পাৰি এলাগী নি:সংগতাত ৷
নৈৰ ঘাটে ৰিঙিয়াই মাতে
ঐ আছনে ??
যাৱ লাগিব যদি ক’ৱি
লগ দিব পাৰি এলাগী নি:সংগতাত ৷
কথাবোৰ সৌ সিদিনাৰ
আছিল ৷
পাৰ খহাই বোৱাই
আনিছিলা
গাখীৰত সেন্দুৰ সনা আবেলি এটা ৷
গাখীৰত সেন্দুৰ সনা আবেলি এটা ৷
যাওঁ কৈছিলি
আৰু গ'লিগৈ থিক অহাৰ বাটেৰেই ৷
আৰু গ'লিগৈ থিক অহাৰ বাটেৰেই ৷
এহ
ৰ'হ চোন
যাৱৰে হ'লনে ? মই কৈছিলো ৷
তই ক'লি,
এই ঘাটলে (বুকুৰ) তই নাহ
জানো !
এতিয়া আহিছো ……….
ৰ'হ চোন
যাৱৰে হ'লনে ? মই কৈছিলো ৷
তই ক'লি,
এই ঘাটলে (বুকুৰ) তই নাহ
জানো !
এতিয়া আহিছো ……….
ණ অংকুৰ শইকীয়া ৷৷
No comments:
Post a Comment